Breaking

গোলকগঞ্জত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলৰ সভাপতি…

0 1,036

ধুবুৰী জিলা সমিতিৰ উদ্যোগত কাৰ্যকর্তা সন্মিলন আৰু ত্ৰিশূল দীক্ষা সমাৰোহ অনুষ্ঠানত  আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডাঃ প্ৰবীণ ভাই টোগৰীয়া উপস্থিত হৈ হিন্দু সুৰক্ষা সন্দৰ্ভত ভাষন প্ৰদান কৰে।ভাষন প্ৰসংগত কয় যে ভাৰত বৰ্ষ এখন দেশ যিখন ভাগ কৰি কৰি তিনিখন দেশ ক্ৰমে বাংলাদেশ, পাকিস্তান, পিছত আফগানিস্তান হয় ।। ভূমি আমাৰ ,ৰাজ্য আমাৰ । কিন্তু সংকট ত হিন্দু ।সুৰক্ষা দিম ধুবুৰীৰ হিন্দুক।এগৰাকী হিন্দুৰ হৈ অসম ,ভাৰতৰ হিন্দু থিয় দিব ,হিন্দুৰ বাবে শপত পাঠ কৰায় টোগড়ীয়াই।দুই কোটি হিন্দু ক থিয় কৰাম ত্ৰিশুল সমাৰোহত ।আমি যদি মৰি নাযাওঁ তেন্তে ভয় কিয় খাম ।টোগড়ীয়াই ভাষনত জেহাদি সন্দৰ্ভত  জেহাদিক সতৰ্ক বাণী শুনায়। টোগড়ীয়া হিন্দুৰ বাবে আছে ।হিন্দু ক ৰক্ষা কৰিবলৈ পুলিচ আৰু সেনা বাহিনীক যোগদান কৰিব লাগিব ।

NRC সন্দৰ্ভত কয় য়ে1951  পিছত অহা মুছলমান বাংলাদেশীক বাংলাদেশ লৈ প্ৰেৰণ কৰিব লাগিব ।DNA পৰীক্ষা কৰি ৫০ লাখ বাংলাদেশীক ভাগ কৰি পঠাব লাগিব বাংলাদেশত ।হিন্দুৰ লগত অসমৰ লগত গোটেই ভাৰত বৰ্ষ আছে ।অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দি কয় য়ে, এক হেজাৰ হেক্টৰ মাটি বাংলাদেশীৰ পৰা মুক্ত কৰাত । হিন্দু সুৰক্ষা আৰু সমৃদ হিন্দু , এক হিন্দু ।গৰিব মুক্ত ভাৰত,শ্ৰমিক আৰু কৃষক সন্দৰ্ভত  কয় য়ে কৃষক ছয় হেজাৰ দিয়াৰ লগতে শ্রমিকক ছয় হেজাৰ দিলে দেশ সমৃদ হব ।কোনো ঔৰং দেৱৰ পুত্ৰক থাকিবলৈ দিয়া নহব অসমত।অসম আৰু ভাৰতৰ হিন্দু এক হলে বাংলাদেশী যাবই ।আমাৰ ভাষা বেলেগ হলেও আমি সকলোৱে মা কামাখ্যা দেৱীৰ পুত্ৰ ।ভাৰত 2 কোটি আৰু অসমত 5 লাখ ক ত্ৰিশূল ধাৰী বনাব ভাষন প্ৰসংগত উল্লেক টোগড়ীয়াই ।

Leave A Reply