Breaking

লাহোৱালত আন্তৰ্জাতিক চাহ দিৱস পালন…

0 31

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্হা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লাহোৱাল আঞ্চলিক সমিতিৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় আন্তৰ্জাতিক চাহ দিৱস আৰু অসম চাহ উদ্যোগৰ দ্বি-শতবাৰ্ষিকি দিৱস উদযাপন।পুৱাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে কাৰ্যসূচী।বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নৰেন দিহিঙ্গীয়াই।

লগে লগে সভাৰ উদ্বোধনী কৰে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰোহিত বৰগোঁহাই । উক্ত অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ সম্পাদক বিৰিঞ্চী বৰাই আঁতধৰা অনুষ্ঠানত পৌৰহিত্য কৰে ৰুবোল হাতিবৰুৱাই।

Leave A Reply