IPL 2025: আজি IPLত কোন কাৰ সৈতে হ’ব মুখামুখি ?

আজি IPLত দুখনকৈ খেল।(IPL 2025)

প্ৰথমতে কলকাতা নাইট ৰাইডাৰ্ছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ।

বিয়লি ৩.৩০ বজাত মুখামুখি হ’ব দুয়োটা দল।

আজি IPLত মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছ বনাম পঞ্জাৱ কিংছ।

সন্ধিয়া ৭.৩০ বজাত মুখামুখি হ’ব দুয়োটা দল।

Related Articles