IPL 2025: আজিৰে পৰা পুনৰ আৰম্ভ হ’ব IPL…

আজিৰে পৰা পুনৰ আৰম্ভ হ’ব IPLৰ খেলসমূহ।(IPL 2025)

খেল বাতিলৰ ৮ দিন পিছত চেন্নাইত মুখামুখি হ’ব- RCB Vs KKR।

সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন।

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে স্থগিত হৈছিল IPLৰ মেচসমূহ।

Related Articles