IPL ২০২৫ৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।(IPL 2025)
পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি IPLৰ খিতাপ দখল কৰে RCBৰ।
দ্বিতীয়বাৰলৈ ফাইনেল খেলিও ট্ৰফী জয়ৰ আশা পুৰণ নহ’ল পঞ্জাব কিংছৰ।
১৮ বছৰীয়া প্ৰতীক্ষাৰ অন্তত IPLৰ খিতাপ জয় কৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুে।
IPLৰ জয়ৰ পিছতে বিৰাট কোহলিয়ে পত্নী তথা বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাক সাৱটি উচুপি উঠিল।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হয় IPLৰ ফাইনেল মেচ।
IPL ২০২৫ৰ খিতাপ অৰ্জন কৰি আৱেগিক হৈ পৰে বিৰাট কোহলী।