Breaking

অশ্ৰুসিক্ত নয়নেৰে আনুষ্ঠানিক ভাৱে বিদায় ল’লে IPS আনন্দ মিশ্ৰই…

0 54

অশ্ৰুসিক্ত নয়নেৰে আনুষ্ঠানিক ভাৱে বিদায় ল’লে IPSআনন্দ মিশ্ৰই। অসম এৰি যাবলৈ সাজু লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। ৮ মাহ পূৰ্বে লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে দায়িত্ব লৈছিল আনন্দ মিশ্ৰই।

নিজৰ জন্মস্থানৰত সেৱা আগবঢ়াব বিচাৰে আৰক্ষী অধীক্ষকগৰাকীয়ে আৰু সেইবাবে IPS পদৰ পৰা অব্যাহতি ল’ব বিচাৰিছে IPS আনন্দ মিশ্ৰই। হয়তো ১৬ জানুৱাৰীত অসম এৰি বিহাৰলৈ যাত্ৰা কৰিব IPS আনন্দ মিশ্ৰই।

Leave A Reply