আজি সম্পন্ন হ’ব ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ শেষকৃত্য, ৰাইছিৰ মৃত্যুত ৫ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা…

আজি সম্পন্ন হ’ব ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ নশ্বৰদেহৰ শেষকৃত্য৷

তবৰীজ চহৰত শেষকৃত্য সম্পন্ন কৰা হ’ব ইৰানৰ ৰাষ্ট্ৰপতিৰ নশ্বৰদেহ৷

ৰাষ্ট্ৰপতি ৰাইছিৰ মৃত্যুত ইৰানত ৫ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা৷

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত দেওবাৰে মৃত্যু হয় ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীসহ বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানৰ।

এই খবৰ পোহৰলৈ আহে সোমবাৰে, ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছী, বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানসহ ৯ জন লোকৰ মৃত্যু হয় এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত।

Related Articles