Breaking

জীৱন সংগী স্বাৰ্থপৰ নেকি? স্বাৰ্থপৰ সংগীৰ লক্ষণ কেনেদৰে বুজিব…

0 45

যদি সংগী স্বাৰ্থপৰ হয়, তেন্তে সম্পৰ্কৰ ভৱিষ্যত কিমান শক্তিশালী, সেয়া সঁচাকৈয়ে চিন্তাৰ বিষয়। আপোনাৰ সংগী স্বাৰ্থপৰ হ’লে কেনেদৰে বুজিব-


১) নিজৰ পছন্দ অনুসৰি সকলো বিচাৰেনে? বহুত আছে, নিজৰ পছন্দই শেষ কথা। সংগীৰ পছন্দ-অপছন্দৰ কথা চিন্তা নকৰে। যদি আছে তেন্তে আপোনাৰ মনত থকা মানুহজন যে অলপ স্বাৰ্থপৰ সেই কথা প্ৰমাণ কৰে।

২) যি কথা সংগীয়ে ভাল নাপাই তেনে কথা কোৱা বন্ধ কৰি দিয়ে নেকি? তেনেহ’লে বুজিব আপোনাৰ সম্পৰ্কত অলপ হ’লেও স্বাৰ্থপৰতা আছে।

৩) কিবা এটা আপোনাৰ ভাল লগা নহ’লে সম্পৰ্ক শেষ কৰাৰ কথা কয় নেকি? কিন্তু নিজৰ কথা চিন্তা কৰাৰ সময় আহি পৰিছে আৰু সম্পৰ্কটো আচলতে ৰাখিব নে নাৰাখিব।


Leave A Reply