Breaking

হৃদয় জয় কৰিবলৈ মানুহৰ বেছি সময় নালাগে! অসমৰ জোঁৱাই হ’ল বলিউদৰ কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়া

0 1,113

ত্ৰিবেণী বৰ্মন হৈছে অসমীয়া জীয়ৰী লগতে পেছাত এগৰাকী মডেল। ২৮বছৰীয়া ত্ৰিবেণীয়ে ২০১৭ চনত ফেমিনা মিছ ইণ্ডিয়া অসম জিকিছিল তুষাৰ কালিয়াই বিয়া পাতিবলৈ সাজু হৈছে।জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰজনে অলপতে তেওঁৰ প্ৰেমীকা ত্ৰিবেণী বৰ্মনক আঙুঠি পিন্ধায়। ত্ৰিবেণী বৰ্মন হৈছে অসমীয়া জীয়ৰী লগতে পেছাত এগৰাকী মডেল। ২৮বছৰীয়া ত্ৰিবেণীয়ে ২০১৭ চনত ফেমিনা মিছ ইণ্ডিয়া অসম জিকিছিল।

তুষাৰ কালিয়াই এই বছৰৰ আৰম্ভণিতে ত্ৰিবেণী বৰ্মনৰ সৈতে তেওঁৰ সম্পৰ্ক আনুষ্ঠানিক কৰি তুলিছিল। দেওবাৰে, ১৫ মে’ত, কোৰিঅ’গ্ৰাফাৰে ঘোষণা কৰে যে তেওঁ ত্ৰিবেণী বৰ্মনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্ব সম্পূৰ্ণ কৰিছে।তুষাৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ত্ৰিবেণীৰ সৈতে তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতিৰ ফটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰিছে। ফটো শ্বেয়াৰ কৰি তুষাৰে লিখিছে- To new beginnings ❤️💍 @trivenibarman

Leave A Reply