June 21, 2021 বৰফাবৃত লাডাখৰ ১৮০০০ ফুট উচ্চতাত আইটিবিপি জোৱানৰ যোগ দিৱস। Share FacebookTwitterWhatsAppTelegramKooEmail আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সোমবাৰে বৰফাবৃত লাডাখৰ ১৮০০০ ফুট উচ্চতাত যোগাসন কৰিলে আইটিবিপিৰ জোৱানসকলে। তদুপৰি সীমান্তৰ এইসকল ‘হীমবীৰে’ লাডাখৰ পেংগং চো হ্ৰদৰ পাৰতো যোগ অভ্যাস কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles মধ্য প্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বজুৰি ইন্ধনৰ নাটনিঃ ইন্ধন ৰাহি কৰিবলৈ কোন দেশে গ্ৰহণ কৰিছে কেনে ব্যৱস্থা দৈনন্দিন বাৰ্তা - March 25, 2026 Assembly election 2026: গুৱাহাটীত আকৰ্ষণীয় হ’ব নিৰ্বাচনী যুঁজঃ আসন ৫খন, যোদ্ধা ২৬গৰাকী দৈনন্দিন বাৰ্তা - March 25, 2026 Zubeen Garg Death Case: হত্যা হোৱা নাছিল জুবিন গাৰ্গৰঃ কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ ? দৈনন্দিন বাৰ্তা - March 25, 2026