জুবিন গাৰ্গ আৰু নিশিতা গোস্বামীয়ে মন যায় ছবিখনৰ জৰিয়তে অসমীয়া দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ।

এই ছবিখনত সমাজ জীৱনৰ ওপৰত আধাৰিত এটি ঘটনাৰ বিষয়ে নিৰ্মাণ কৰা হৈছিল ।

মন যায় ফিল্ম ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছিল ।

এই ছবিখনৰ প্ৰত্যেকটো চৰিত্ৰ অসমৰ দৰ্শকৰ মন মুগ্ধ কৰিব সক্ষম হৈছিল।

ছবিখনৰ এটি জনপ্ৰিয় গীত “মন যায়” সকলোৰে হৃদয় স্পৰ্শ কৰা গীত ।


 
                                    