Breaking

দেশৰ চতুৰ্দশ সংখ্যক উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জগদীপ ধনখড়…

0 1,636

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়।প্ৰতিদ্বন্দী মাৰ্গাৰেট আলভাক ডাঙৰ ব্যৱধানত পৰাজিত কৰে।৭২৫ জন সাংসদে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দান কৰিছে।এম ভেংকায়া নাইডুতকৈ দুই শতাংশ বেছি ভোট ৰেকৰ্ড।উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ ৭৮০ জন সাংসদ, লোকসভাত ৫৪৩ জন।


আৰু ৰাজ্যসভাত ২৪৫ জন সাংসদে ভোটদান কৰাৰ কথা আছিল।

Leave A Reply