November 15, 2023 জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰিল বাছ… Share FacebookTwitterWhatsAppTelegramKooEmail জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰিল বাছ। ৩৮জন যাত্ৰী নিহত, আহত হৈছে বহুকেইগৰাকী যাত্ৰী। দুৰ্ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান। ডোডা জিলাৰ ত্ৰুংগলত এই ভয়ংকৰ দুৰ্ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026 ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026