ক্ৰমাৎ স্বাভাৱিক হ’বলৈ ধৰিছে ভাৰত-পাক সীমান্তৰ পৰিস্থিতি।(Jammu and Kashmir schools)
আজিৰে পৰা জম্মু-কাশ্মীৰৰ কেইবাস্থানতো আৰম্ভ হৈছে শিক্ষানুষ্ঠান।
বিদ্যালয়, মহাবিদ্যালয়লৈ পুনৰ গৈছে শিক্ষাৰ্থী।
শ্রীনগৰ, পুঞ্চসহ সীমান্তৰ ৬ স্থানত খুলিছে স্কুল, কলেজ, বিশ্ববিদ্যালয়।
পঞ্জাব সীমান্তৰ ৬ জিলাৰ বাহিৰে আন সকলো স্থানতে স্কুল খোলা হৈছে।