July 19, 2023 জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ ! আহত দুজন প্ৰব্ৰজিত শ্ৰমিক… Share FacebookTwitterWhatsAppTelegramKooEmail জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। আক্ৰমণক লৈ অনন্তনাগত উত্তপ্ত পৰিস্থিতি। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে দুজন প্ৰব্ৰজিত শ্ৰমিক। ইতিমধ্যে সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তাৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ? দৈনন্দিন বাৰ্তা - December 13, 2025