Breaking

জম্মু-কাশ্মীৰৰ গুলমাৰ্গ বৰফেৰে আবৃত, পৰ্যটকৰ বিপুল ভিৰ…

0 33

জম্মু-কাশ্মীৰঃ গুলমাৰ্গ বৰফেৰে আবৃত, বৃহৎ সংখ্যক বিদেশী পৰ্যটক বৰফ পৰা উপভোগ কৰিবলৈ আহিছে গুলমাৰ্গলৈ।

কাশ্মীৰৰ বিখ্যাত স্থান গুলমাৰ্গ, এই গুলমাৰ্গত বৰফ পৰাৰ পিছত পৰ্যটকৰ বিপুল ভিৰ দেখা গৈছে।

এনে পৰিস্থিতিত বিদেশী পৰ্যটকৰ বিপুল জনসমাগম উপভোগ কৰিবলৈ চাওঁক কিছুমান ধুনীয়া ফটো-

Leave A Reply