Jayanta Bhagawat: বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী গুৰুতৰভাৱে অসুস্থ

বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী গুৰুতৰভাৱে অসুস্থ।(Jayanta Bhagawat)

প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী আৰ্থিক সংকটত ভুগিছে।

সকলোৱে প্ৰাৰ্থনা কৰক,সহায় কৰক যাতে সুস্থ হৈ উঠে বিশিষ্ট জয়ন্ত ভাগৱতী।

বৰ্তমান তেওঁ KGMT হাস্পতালত চিকিৎসাধীন হৈ আছে।

কোনোলোকে সহায় আগবঢ়াব বিচাৰিলে অভিনেতাগৰাকীক সহায় আগবঢ়াব পাৰে-

BANK ACCOUNT DETAILS:

Name: Jayanta Bhagawati

Account No.: 10567095029 3

Bank name: State Bank of India

Branch: New Guwahati Bamunimaidam,New Guwahati

IFSC: SBINO000221

gpay no: 9864038480

Related Articles