January 29, 2024 গ্ৰেপ্তাৰ হ’ব পাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন Share FacebookTwitterWhatsAppTelegramKooEmail আজি গ্ৰেপ্তাৰ হ’ব পাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন৷ দিল্লীস্থিত হেমন্ত ছোৰেনৰ বাসগৃহত উপস্থিত EDৰ দল। দিল্লী আৰক্ষীও উপস্থিত হৈছে হেমন্ত ছোৰেনৰ বাসগৃহত৷ ভূমি কেলেংকাৰিত মানী লণ্ডাৰিং গোচৰত অভিযুক্ত হেমন্ত ছোৰেন৷ Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক দৈনন্দিন বাৰ্তা - December 13, 2025