Breaking

দুৰ্ঘটনাত মৃত্যু হৈছিল জোনমণি ৰাভাৰ…

0 50

অন্ত পৰিল জোনমণি ৰাভাৰ মৃত্যুৰ চিবিআইৰ তদন্ত।

নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিল চিবিআইয়ে।

৩খন চাৰ্জশ্বীট দাখিল কৰিলে চিবিআইয়ে।

আজি দিল্লীলৈ উভতি যাব চিবিআইৰ দল।

দুৰ্ঘটনাত মৃত্যু হৈছিল জোনমণি ৰাভাৰ।

চিবিআইৰ তদন্তত এই কথা প্ৰকাশ।

চাৰ্জশ্বীটত দাখিল কৰা অনুসৰি দুৰ্ঘটনাতে মৃত্যু হৈছিল চিবিআইৰ।

হত্যা অথবা আত্মহত্যাৰ কথা নস্যাৎ।

Leave A Reply