April 4, 2024 কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ। জখলাবন্ধা থানাত ৰুজু হোৱা গোচৰ সন্দৰ্ভত হাজিৰ আদালতত। CBIৰ আৱেষ্টনীৰে আদালতত উপস্থিত সুমিত্ৰা ৰাভা। জখলাবন্ধা থানাত ৮৪/২৩, ৮৭/২৩ নম্বৰত ৰুজু হৈছিল গোচৰ। সুমিত্ৰা ৰাভাই উঠাই ল’লে ৮৭/২৩ নম্বৰৰ গোচৰ। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026 কোকৰাঝাৰত উত্তেজনা অব্যাহতঃ আশ্ৰয় শিবিৰ স্থাপন, স্পৰ্শকাতৰ অঞ্চলত সেনা মোতায়েন দৈনন্দিন বাৰ্তা - January 21, 2026