July 28, 2024 হঠাৎ অসুস্থ জুবিন গাৰ্গ! নেমকেয়াৰ হাস্পতালত ভৰ্তি জুবিন গাৰ্গক… Share FacebookTwitterWhatsAppTelegramKooEmail হঠাৎ অসুস্থ জুবিন গাৰ্গ। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি শিল্পীগৰাকীক। আজি পুৱা ১০ বজাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে জুবিন গাৰ্গক। বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্য সুস্থিৰ বুলি জনায় হাস্পতাল কৰ্তৃপক্ষই। Author: দৈনন্দিন বাৰ্তা Related Articles বিশ্বৰ শীৰ্ষ ৫% বিজ্ঞানীৰ তালিকাত মঙলদৈৰ ড° প্ৰাঞ্জল কলিতা, দৰং-অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমীয়া মাধ্যমৰ ছাত্ৰই ।SciRank Global Registry 2025 দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰত ভ্ৰমণত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচি, আজি মোদীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক India-Japan Annual Summit in New Delhi: দৈনন্দিন বাৰ্তা - July 2, 2026 জালনোট সৰবৰাহকাৰীৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী! দুদিনত জব্দ প্ৰায় ২৩ লাখ টকাৰ জালনোট, গ্ৰেপ্তাৰ কেইবাজনো সৰবৰাহকাৰী । Guwahati দৈনন্দিন বাৰ্তা - July 2, 2026