September 4, 2023 জুৰীয়াৰ বলীকটিয়াচাঞ্চল্যকৰ ডকাইতি ! চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধান ব্যৱসায়ীৰ পৰা লুটি নিলে ২ লাখ টকা… Share FacebookTwitterWhatsAppTelegramKooEmail জুৰীয়াৰ বলীকটিয়াত চাঞ্চল্যকৰ ডকাইতি। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধান ব্যৱসায়ীৰ পৰা লুটি নিলে ২ লাখ টকা। পথ আগচি ধৰি জেংগুনীৰ ব্যৱসায়ী সূৰুয আলীক আক্ৰমণ। বাহনৰ আইনা ভাঙি চালক সূৰুয আলীক মাৰপিট। ঘটনা সন্দৰ্ভত জুৰীয়া থানাত এজাহাৰ দাখিল সূৰুয আলীৰ। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026 গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী দৈনন্দিন বাৰ্তা - February 24, 2026