৪ মিলিয়ন অতিক্ৰম কৰিলে #JusticeForZubeenGarg হেছটেগয়ে।(Justice For Zubeen Garg)
সামাজিক মাধ্যমত জুবিনৰ ন্যায় বিচাৰি আৰম্ভ হৈছিল ডিজিটেল আন্দোলন।
বিভিন্ন স্তৰৰ লোকে আহ্বান জনাইছিল জুবিনৰ ন্যায় বিচাৰি যাতে সকলোৱে অংশীদাৰ হয় এই আন্দোলনৰ।
অভিনেতা-অভিনেত্ৰী, শিল্পী, ৰাজনীতিৰ লগত জড়িত লোকেৰ লগতে সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰিছিল এই আন্দোলনত।
তাৰপিছতে আৰম্ভ হৈছিল এই #JusticeForZubeenGarg ডিজিটেল আন্দোলনে।
এতিয়া এই ডিজিটেল আন্দোলনে সামাজিক মাধ্যমত প্ৰায় ৪ মিলিয়ন অতিক্ৰম কৰিলে।

