Justice For Zubeen Garg: পুনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ…

পুনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ।(Justice For Zubeen Garg)

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিলে-

‘এতিয়া মন, মগজু, হৃদয়, আত্মাজুৰি মাথোঁ এষাৰেই কথা- আমাক ন্যায় লাগে।’

‘জুবিন গাৰ্গৰ দৰে এক সত্তা অৱহেলিত হ’ব নোৱাৰে।’

এইদৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰি পত্নী গৰিমা গাৰ্গৰ আৱেগিক পোষ্ট।

জুবিনৰ ভগ্নীয়েও ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰে।

জুবিনৰ ভগ্নীয়ে লিখিছে-

‘তোক যে জুইকুৰা লগাই দিলোঁ… দহিলো কিন্তু মই…. সত্যটো নজনালৈকে এই দহন নকমে!’

‘সত্যটো আমাক লাগে আৰু অতি সোনকালে লাগে!’

Related Articles