ভূতনাথ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব কাব্যঋষিৰ

ভূতনাথ শ্মশানত আজি ৰাজ্যিক মৰ্যাদাৰে হ’ব নীলমণি ফুকনৰ শেষকৃত্য।

ইয়াৰ বাবে চৰকাৰে বহন কৰিব দায়িত্ব। আজি বিয়লি ৩.৫০ বজাত শেষকৃত্য সম্পন্ন হ’ব কাব্যঋষি গৰাকীৰ।

Related Articles