Breaking

কামাখ্যা মন্দিৰত নিৰ্বাচন

0 56

কামাখ্যা মন্দিৰৰ দলৈৰ পদৰ বাবে আজি অনুষ্ঠিত হোৱা নিৰ্বাচন এই পৰ্যন্ত সুকলমে চলি আছে।

নিৰ্বাচন অনুষ্ঠিত স্থলীত কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনৰ বিষয়াসকল উপস্থিত থকাৰ উপৰিও পুৱা ১০-১৫ বজাত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কামাখ্যাত উপস্থিত হৈ নিৰ্বাচন প্ৰক্ৰিয়া নিৰীক্ষণ কৰে।

সংবাদ মাধ্যমৰ লোকসকলক সংবাদ পৰিৱেশনৰ বাবে আন্তৰিকতাৰে অনুৰোধ জনাইছে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই।

Leave A Reply