December 14, 2020 কমল কুমাৰ মেধিৰ কংগ্ৰেছ ত্যাগ Share FacebookTwitterWhatsAppTelegramKooEmail কংগ্ৰেছ দলৰ পৰা পদত্যাগ কমল কুমাৰ মেধিৰ । অসম কংগ্ৰেছৰ মুখপাত্ৰ, আৰটিআই বিভাগৰ অধ্যক্ষ আৰু সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ । অতি শীঘ্ৰে বিকল্প ৰাজনৈতিক দলত যোগদান কৰিব নেতাগৰাকীয়ে । পাটাছাৰকুছি সমষ্টিৰ পৰা সাম্ভাব্য প্ৰাৰ্থী আছিল কমল কুমাৰ মেধি । আমাৰ বাতৰি সমূহ ফেচবুকৰ জৰিয়তে চাবলৈ আমাৰ ফেচবুক পেইজটো LIKE কৰক । আমাৰ বাতৰি সমূহ ইউটিউবৰ জৰিয়তে চাবলৈ আমাৰ ইউটিউব চেনেলটো SUBSCRIBE কৰক । আমাৰ বাতৰি সমূহ টুইটাৰৰ জৰিয়তে চাবলৈ আমাক টুইটাৰত FOLLOW কৰক । Author: দৈনন্দিন বাৰ্তা Related Articles অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা দৈনন্দিন বাৰ্তা - March 17, 2026 জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg দৈনন্দিন বাৰ্তা - March 17, 2026 মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক । দৈনন্দিন বাৰ্তা - March 16, 2026