August 27, 2023 অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা… Share FacebookTwitterWhatsAppTelegramKooEmail অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বাঢ়নী পানীত ডুব গৈছে ফেৰীৰ ৰেম্প। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সাময়িকভাৱে বন্ধ কৰিছে ফেৰী সেৱা। Author: দৈনন্দিন বাৰ্তা Related Articles ১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং দৈনন্দিন বাৰ্তা - March 13, 2026 আজি অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া সম্পন্ন দৈনন্দিন বাৰ্তা - March 13, 2026 প্ৰকাশৰ বাবে সাজু মানস প্ৰতিম দত্তৰ শিশু-গল্প সংকলন মানুৰ অংকৰ উত্তৰ বহীখন দৈনন্দিন বাৰ্তা - March 13, 2026