Breaking

কামপুৰ যুৱ সমাজৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন

0 71

সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো উদযাপন কলাগুৰুৰ মৃত্যু দিন। কামপুৰ যুৱ সমাজৰ উদ্যোগত স্বৰাজ ভৱনত বিষ্ণুৰাভাৰ বিপ্লৱী সত্তাৰ প্ৰতি ৰক্তিম অভিবাদন জ্ঞাপন কৰে৷

অনুষ্ঠানত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ লগতে সংঘৰ প্ৰতিজন ন-পুৰণি সদস্যৰ উপস্থিতিত কামপুৰ স্বৰাজ ভৱন প্ৰাংগনত থকা বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত পুস্পমাল্য অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে ৷

মুখ্য বন্তি প্ৰজ্বলন কৰে ৰাজু বৰাই৷
-খাইৰুল ইছলাম, কচুৱা

Leave A Reply