ৰাজ্যত প্ৰচণ্ড শীতৰ প্ৰকোপ।(Kamrup Metro District)
শীতৰ প্ৰকোপ বৃদ্ধিৰ বাবে কামৰূপ মহানগৰ জিলাত পাঠদানৰ সময়সূচী সলনি।
প্ৰাথমিক বিদ্যালয়-পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ।
উচ্চ প্ৰাথমিক বিদ্যালয়-পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ।

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়-পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২.৩০ বজালৈ।
১৩ জানুৱাৰীলৈকে বাহাল থাকিব এই নিৰ্দেশনা।
ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।
কামৰূপ মহানগৰ জিলাৰ IS-DEEO দীপিকা চৌধুৰীয়ে জাৰি কৰে এই নিৰ্দেশনা।

