June 17, 2024 দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, নিহত সংখ্যা ৮জনলৈ বৃদ্ধি; আহত ২০০ৰো অধিক… Share FacebookTwitterWhatsAppTelegramKooEmail পশ্চিমবংগত দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ। এইপৰ্যন্ত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি হৈছে। আনহতে ২০০ৰো অধিক যাত্ৰী আহত হৈছে। ৰে’ল দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ। Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026 ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026