kangana Ranaut: সংসদত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে কংগনা ৰানাৱটে, ষ্টাইলিছ বেগ চৰ্চাত কংগনাৰ; বেগৰ দাম জানিলে আচৰিত হ’ব আপুনি

বলীউডৰ অভিনেত্ৰী (kangana Ranaut) তথা বিজেপিৰ সাংসদ কংগনা ৰানাউট ধুনীয়া চেহেৰাৰ বাবে বহু জনপ্ৰিয়। শেহতীয়াকৈ সংসদ ভৱনত তেওঁক বিশেষ শৈলীত দেখা গৈছিল অভিনেত্ৰীগৰাকীক। এইবাৰ অভিনেত্ৰীগৰাকীয়ে সংসদ ভৱনলৈ লৈ অহা বিলাসী বেগটো আলোচনাৰ বিষয় হৈ পৰিছে।

চিনেমাতকৈ ৰাজনীতিৰ বাবে বেছি বিখ্যাত কংগনা ৰানাৱট। কংগনা নিজৰ বক্তব্যৰ বাবেই প্ৰায়ে শিৰোনামত থাকে। বৰ্তমান সংসদৰ বৰ্ষাকালীন অধিৱেশনত ব্যস্ত অভিনেত্ৰীগৰাকী।

সংসদলৈ কংগনাই বৰ ধুনীয়া শাৰী পিন্ধি আহিছে। এইবাৰ লাইমলাইটলৈ আহিছে কংগনা ৰানাৱটৰ বিলাসী বেগ। তেওঁৰ বেগৰ দাম লাখ টকা।

কংগনাৰ এইবাৰ সংসদ লৈ অহা বেগৰ মূল্য প্ৰায় ৩.২৫ লাখ। কংগনাৰ ইমান দামী বেগটো দেখি সকলোৱে আচৰিত হৈ পৰে। এনে দামী বেগ কিনাৰ বাবে কংগনাক বহুবাৰ ট্ৰ’ল কৰা হৈছে।

অভিনয়ৰ কথা ক’বলৈ গ’লে কংগনা ৰানাউটক শেষবাৰৰ বাবে দেখা গৈছিল ইমাৰ্জেন্সি ছবিখনত। ছবিখনৰ পৰিচালনা কংগনাই নিজেই কৰিছিল। তাৰ পিছৰ পৰা কংগনাই নিজৰ কোনো প্ৰজেক্টৰ কথা ঘোষণা কৰা নাই।

Related Articles