যোগ আৰু প্ৰাণায়মৰ দ্বাৰাও ক’ৰনাক মানৱ দেহৰ পৰা প্ৰতিহত কৰিব পাৰিঃযোগচাৰ্য দণ্ডপ্ৰতাপ শৰ্মা ৷

সমগ্ৰ বিশ্বযুৰি আতংকৰ সৃষ্টি কৰা ক’ৰনা ভাইৰাছ সংক্ৰমণৰে সকলোৰে মন ভয়ত কম্পমান ৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই এই ক’ৰনাৰ পৰা কেনেকৈ দূৰত থাকিব তাৰ টিপছ সকলোৱে জ্ঞাত ৷ চৰকাৰী ভাৱে সকলোকে মাস্ক,চেনিটাইজাৰ, হাতধোৱা ইত্যাদি ব্যৱহাৰ নিৰ্দেশনা দিছে যদিও সকলোৱে ইয়াক উপলুঙা কৰা পৰিলক্ষিত হয় ৷ পশ্চিম মঙলদৈ যৌগিক চিকিৎসালয় মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ যোগাচাৰ্য দণ্ডপ্ৰতাপ শৰ্মাই যোগ আৰু প্ৰাণায়মৰ জৰিয়তে কেনেকৈ এই ক’ৰনা ভাইৰাছক প্ৰতিহত কৰিব পাৰি তাৰ সবিশেষ এটি সাক্ষাৎকাৰৰ জৰিয়তে জানিব দিয়ে ৷

Related Articles