Breaking

কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…

0 20

কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি,কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মূখ্য কাৰ্যবাহী সদস্য , প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট সমাজ সেৱক চুম ৰংহাং দেৱৰ মৃত্যু।


শিক্ষা বিভাগৰ এগৰাকী বিষয়া ৰূপে সেৱা আগবঢ়োৱা লগতে ৰংহাং দেৱ এজন অনাতাঁৰ শিল্পীও আছিল। তেখেতৰ মৃত্যু কংগ্ৰেছ দলৰ বাবে বৃহৎ ক্ষতি ।

তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই গৌৰৱ গগৈয়ে ।

Leave A Reply