ম’বাইল আসক্তি শিশুক লৈ ডাঙৰ সিদ্ধান্তঃ ১৬ বছৰ অনূৰ্ধ্বই ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম

শিশুৰ অত্যধিক ম’বাইল আসক্তিক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।

১৬ বছৰ অনূৰ্ধ্বই ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম।

শিশুৰ অত্যধিক ম’বাইল আসক্তিক লৈ কৰ্ণাটক চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।

কিশোৰ-কিশোৰীৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰিব ছিদ্দাৰামায়া চৰকাৰে।

সামাজিক মাধ্যমত নিষেধাজ্ঞা আৰোপ কৰা দেশৰ প্ৰথম ৰাজ্য হ’ব কর্ণাটক।

১৬ বছৰ অনূর্ধ্বই ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম।

বিধানসভাত এই কথা প্রকাশ কৰিলে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই।

Related Articles