‘আদিপুৰুষ’ৰ বিবাদৰ মাজতে কাঠমাণ্ডু মহানগৰীত সকলো ভাৰতীয় ছবি নিষিদ্ধ

কাঠমাণ্ডুৰ মেয়ৰ বেলেন শ্বাহৰ সচিবালয়ে ঘোষণা কৰিছে যে সোমবাৰৰ পৰা মহানগৰীত ভাৰতীয় চিনেমা প্ৰদৰ্শিত নহ’ব।

‘আদিপুৰুষ’ত জানকিক “ভাৰতৰ কন্যা” বুলি অভিহিত কৰা সংলাপক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে।

বালেনে উল্লেখ কৰিছে যে ‘আদিপুৰুষ’ৰ পৰা “আপত্তিজনক অংশ” আঁতৰাই দিলে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব।

Related Articles