পৰ্যটকৰ বাবে কাইলৈৰ পৰা বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।(Kaziranga National Park)
আজি চলিত পৰ্যটন বৰ্ষৰ অন্তিম দিন।
পূৰ্বৰ অভিলেখ ভংগ কৰি এইবৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিল ৪ লাখৰো অধিক পর্যটক।
ইয়াৰে ১৭,৬৯৩ গৰাকী বিদেশী পর্যটক।
প্রায় ১০ কোটি ৯০ লাখ টকা ৰাজহ সংগ্রহ।