Breaking

গ্ৰীষ্মকালত এই ৫ টা সোৱাদযুক্ত ফলৰ চালাডৰ দ্বাৰা শৰীৰক ঠাণ্ডা কৰি ৰাখক…

0 94

এই ৫ টা সোৱাদযুক্ত ফলৰ চালাডে গৰমৰ পৰা আপোনাক ৰক্ষা কৰিব। গ্ৰীষ্মকালত শৰীৰক ভালেৰখাটো অতি প্ৰয়োজনীয়। গতিকে গ্ৰীষ্মকালত পানীৰ অভাৱ পূৰণ কৰিবলৈ কি চালাড খাব লাগে জানেনে।গৰমৰ বতৰত ফলৰ ৰজা হৈছে আম। গৰমৰ বতৰত ফলৰ চালাড খালে শৰাৰটো ভালে থাকে।

গ্ৰীষ্মকালীন ফলৰ ভিতৰত বগৰী আটাইতকৈ জনপ্ৰিয়। ইয়াৰ বাবে নেমুৰ ৰসৰ সৈতে এটা মিঠা আৰু টেঙা চালাড বনাওক, ইয়াত ক’লা নিমখ সংযোগ কৰিব পাৰে।

আনহাতে ছাইট্ৰাছ চালাড সতেজ আঙুৰ, কমলাৰ টুকুৰা আৰু ৰসাল মিঠা আনাৰসৰে তৈয়াৰ কৰা হয়। আপুনি নিজৰ পছন্দ অনুসৰি আৰু ছাইট্ৰাছ ফল দিব পাৰে। আলমণ্ডৰ টুকুৰা আৰু কিছু নিমখ দি সজাই লওক। এই চালাড অতি উপকাৰী গৰমৰ দিনত।

গৰমৰ বতৰত জামুক খোৱাৰ আৰম্ভ কৰক। ছালখন ভালে ৰাখিবলৈ ষ্ট্ৰবেৰী আৰু ব্লেকবেৰীৰ আৰু মৌ একেলগে সংযোগ কৰি খাব পাৰে। এই মিঠা আৰু সুস্বাদু চালাড পদিনা পাত আৰু নেমুৰ ৰসৰ লগত মিহলাই তৈয়াৰ কৰিব পাৰি।

Leave A Reply