দৈনন্দিন বাৰ্তাৰ সেৱা, নীলবাগান, ৭ নৱেম্বৰঃ কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আক্ৰান্ত হৈছে মহামাৰী কোৰোনাত। নিজৰ টুইটাৰযোগে খোদ সদৰি কৰিলে ৰাজ্যপালে গৰাকীয়ে। আনহাতে ৰাজ্যপালে গৰাকীৰ সংস্পৰ্শলৈ অহা সকলোকে কোৱাৰেন্টাইন হবলৈ আহ্বান জনাইছে খানে। বৰ্তমান কোৱাৰেন্টাইনতে আছে ৰাজ্যপালগৰাকী।

