Khaleda Zia passes away: বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান।(Khaleda Zia passes away)

বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি)ৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেশনেত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান।(Bangladesh)

দীৰ্ঘদিনে অসুস্থতাৰ অন্তত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ খালেদা জিয়াৰ।

৮০ বছৰ বয়সত আজি পুৱা ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে নেতৃগৰাকীয়ে।

পুৱা ৬:০০ বজাত ফজৰৰ নামাজৰ কিছু সময়ৰ পাছতে মৃত্যু হয় নেত্ৰীগৰাকীৰ

Related Articles