Breaking

শৰীৰৰ বাবে নিমখৰ গুৰুত্ব কিমান জানক…

0 36

শৰীৰৰ বাবে নিমখৰ গুৰুত্ব-

  • নিমখৰ দ্বাৰা শৰীৰৰ আয়োন্তিক বেলেন্স আৰু পানীভাগৰ ভাৰসামা ঠিকে থাকে।
  • ৰক্তচাপ নিয়ন্ত্রণ কৰে। হার্ট, লিভাৰ, কিড্‌নী, আড্রিনেল গ্লেণ্ডৰ ওপৰত নিমখৰ প্ৰভাৱ থাকে।

  • খুব কম বা খুব বেছি নিমখে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। যেনে মূৰ ঘূৰোৱা, মাছল ক্ৰেম্প, ইলেকট্রোলাইট ডিষ্টাৰ্বেন্স যাৰ বাবে নিউৰ’ল’জিকেল সমস্যা হ’ব পাৰে।

বেছি খোৱাৰ অপকাৰ-

  • হাই ব্লাড প্রেছাৰ আশংকা থাকে।
  • হাইপাৰটেনছনৰ সমস্যা হয়।
  • হার্টৰ ৰোগ, ষ্ট্ৰ’কৰ সম্ভাৱনা তিনিগুণ বাঢ়ি যায়।
  • কিডনীত ছাপ বাঢ়ে আৰু “ৰেনাল ডিজিজ’ হোৱাৰ সম্ভাৱনা

  • ব্রেইন ডেমেজৰ আশংকা থাকে।
  • বেছি নিমখ খালে মিঠা খোৱাৰ প্রৱণতা বাঢ়ে। ফলত ওবেচিটী অর্থাৎ শকত হৈ পৰা দেখা যায়।

এনেবিলাক সমস্যাৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈ অতিৰিক্ত নিমখ খুওৱাৰ ক্ষেত্ৰত প্ৰথমৰে পৰা সচেতন হোৱা উচিত।

Leave A Reply