ৰাজ্যৰ যুৱক-যুৱতীসকলক ক্ৰীড়াক্ষেত্ৰত প্ৰতিভা বিকাশৰ এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে আয়োজন কৰা খেল

মহাৰণত অংশগ্ৰহণ কৰিবলৈ গুগল প্লে’ ষ্ট’ৰৰ পৰা ‘Khel Maharan’ এপটো ডাউনল’ড কৰি নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে।

এপ্ ডাউনল’ড কৰিবলৈ ক্লিক কৰক : https://play.google.com/store/apps/details?id=com.dsywassam.app…