Breaking

চিম কাৰ্ড ক্ৰয় কৰাৰ পূৰ্বে জানি লওক নতুন নিয়ম সমূহ…

0 64

চিম কাৰ্ড ক্ৰয় কৰাৰ পূৰ্বে জানি লওক নতুন নিয়ম সমূহ৷

একে সময়তে বহু চিম কাৰ্ড ক্ৰয় কৰিব নোৱাৰিব৷

চিম কাৰ্ড ক্ৰয় কৰাৰ পূৰ্বে অনুজ্ঞাপত্ৰ প্ৰমাণিত কৰাটো বাধ্যতামূলক৷

চিম কাৰ্ড ব্যৱহাৰকাৰীসকলক সুৰক্ষিত কৰা আৰু চাইবাৰ প্ৰৱঞ্চনা হ্ৰাস কৰাৰ উদ্দেশ্যেৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

Leave A Reply