Breaking

১০ মাৰ্চত হৈ যোৱা অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ কি কি জানক…

0 67

১০ মাৰ্চত হৈ যোৱা অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰ ভিতৰত চিকিৎসা শিক্ষাত সংৰক্ষণ,

বিদ্যুৎবিহীন পৰিয়ালৰ বৈদ্যুতিকৰণ, অসম ৰাজ্যিক অভিযোজন সেৱা (সংশোধনী) বিধিত অনুমোদন, অসমৰ শিক্ষানুষ্ঠানত মেইটেই/মণিপুৰী মায়েক লিপি প্ৰৱৰ্তনৰ অনুমোদনকে ধৰি একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

অনাগত সময়ত এই সিদ্ধান্তসমূহে অসমৰ বিকাশ-উন্নয়নত যথেষ্ট সহায় কৰিব বুলি বিশ্বাসী মুখ্য়মন্ত্ৰী ৷

Leave A Reply