Breaking

কি কি কাৰণত হৃদৰোগ যথেষ্ট পৰিমাণে বৃদ্ধি হয় জানক…

0 61

১. ধূমপান বন্ধ কৰক। ধুমপানৰ ফলত হৃদৰোগ যথেষ্ট পৰিমাণে বৃদ্ধি পায়।
কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰি থাকিব আৰু নিয়ন্ত্ৰণ কৰিব।

২. ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যায়াম কৰক আৰু শাৰীৰিকভাৱে সুস্থ হওক।

৩. অতিৰিক্ত ওজন হ্ৰাস কৰক আৰু  হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ উপযোগী খাদ্য গ্ৰহণ কৰক।

৪. ৮ ঘণ্টা শুবলৈ চেষ্টা কৰক।  মানসিক চাপ নিয়ন্ত্ৰন কৰক তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰক।

Leave A Reply