Breaking

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে সংবাদ মেলত কি কি গুৰুত্বপূৰ্ণ ঘোষণা হ’ল জানক…

0 32

২২ জানুৱাৰীত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।

২ বজাৰ পিছত খুলিব লাগিব চৰকাৰী কাৰ্যালয়।

আই-মাতৃসকলক নামঘৰত ৰাম কীৰ্তন কৰাৰ আহ্বান।

আলোকৰ ব্যৱস্থাৰে আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰো আহ্বান।

প্রতি ঘৰতে এগছি বন্তি জ্বলোৱাৰ প্রধানমন্ত্রীৰ আৱেদন সফল কৰক।

ৰেষ্টুৰেণ্টসমূহতো দিনৰ ২ বজালৈকে আমিষ খাদ্য খুৱাব নোৱাৰিব।

বিয়লি ৪ বজালৈকে মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ আহ্বান।

সাম্প্রদায়িক শান্তি-সম্প্রীতি বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্রীৰ।

সকলো ধৰ্মাৱলম্বী লোককে খন্তেক প্রাৰ্থনাৰ আহ্বান মুখ্যমন্ত্রীৰ।

স্পৰ্শকাতৰ এলেকাত নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ।

সকলো আয়ুক্তকে শান্তিপূৰ্ণ পৰিৱেশ নিশ্চিত কৰাৰ নিৰ্দেশনা।

কাইলৈ ৰাহুল গান্ধীক ২ বজাৰ পিছত বটদ্ৰৱা যাবলৈ আহ্বান।

Leave A Reply