তেজপুৰত ইউ জি ব্ৰহ্ম, ধুবুৰীত চন্দ্ৰ মোহন পাটোৱাৰী
কামৰূপত কেশৱ মহন্ত, তিনিচুকীয়াত ৰণোজ পেগু
যোৰহাটত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব অতুল বৰাই

ধেমাজিত যোগেন মহন, শিৱসাগৰত সঞ্জয় কিষাণ
বঙাইগাঁৱত পতাকা উত্তোলন কৰিব অশোক সিংঘালে
শিলচৰত পতাকা উত্তোলন কৰিব পৰিমল শুক্লবৈদ্যই
মঙলদৈত পতাকা উত্তোলন কৰিব মন্ত্রী অজন্তা নেওগে

গোলাঘাটত পতাকা উত্তোলন কৰিব জয়ন্ত মল্লবৰুৱাই
গোৱালপাৰাত পতাকা উত্তোলন কৰিব নন্দিতা গার্লোছাই
মৰিগাঁৱত পীযূষ হাজৰিকা, মাজুলীত বিমল বৰা

