আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…

আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ।

ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰে মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ।

সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব খেল।

Related Articles