April 16, 2024 মণিপুৰত অইল টেংকাৰক লক্ষ্য কৰি গুলীবৰ্ষণ কুকি বিদ্ৰোহীৰ… Share FacebookTwitterWhatsAppTelegramKooEmail মণিপুৰত কুকি বিদ্ৰোহীৰ ভয়ংকৰ এম্বুশ্ব। অইল টেংকাৰক লক্ষ্য কৰি গুলীবৰ্ষণ কুকি বিদ্ৰোহীৰ। কেইমাই অঞ্চলৰ ট’লেন কুকি গাঁৱত এই আক্ৰমণ। শিলচৰৰ পৰা ইম্ফল অভিমুখী আছিল টেংকাৰকেইখন। Author: দৈনন্দিন বাৰ্তা Related Articles মুকলিৰ পাছতে হেক হ’ল কংগ্ৰেছৰ ৱেৱচাইট who is hbs…হ’ম পেজত ওলাল – Better Luck Next Time Paijaan… দৈনন্দিন বাৰ্তা - February 4, 2026 ৰঙিয়া বিধানসভা সমষ্টিত একেদিনাই অৰ্ধশতাধিক মহিলা নামৰ দলক নামৰ সামগ্ৰী প্ৰদান ।কথা মতে কাম ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ। দৈনন্দিন বাৰ্তা - February 4, 2026 তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত ডাম্পাৰৰ খুন্দাত যুৱতীৰ মৃত্যুপথ অৱৰোধেৰে ৰাজপথ উত্তাল কৰিলে স্থানীয় ৰাইজে দৈনন্দিন বাৰ্তা - February 2, 2026