January 10, 2022 লাহৰীঘাটৰ বৰছলাত ড্ৰাগছ সৰবৰাহকাৰীক আটক Share FacebookTwitterWhatsAppTelegramKooEmail মৰিগাঁও জিলাৰ -লাহৰীঘাটৰ বৰছলা আৰক্ষীয়ে দেওবাৰে নিশা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম ফকৰ উদ্দিন ( ২৬ )। বৰছলা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পলাশজুৰি গাঁৱৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ আটক কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles Bongaigaon News: হেৰুৱাৰ বাইকৰ সন্ধান দিলে লাভ কৰিব ১০ হাজাৰ টকা! দৈনন্দিন বাৰ্তা - July 28, 2025 Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ দৈনন্দিন বাৰ্তা - July 28, 2025 Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠনঃ ভাষা সাহিত্যৰ সেৱাৰ প্ৰতি উৎসাহিত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু, চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ ৰাইজ দৈনন্দিন বাৰ্তা - July 28, 2025